About the Journal

ক্ষেত্ৰ আৰু সংস্কৃতি, অসম মানৱ-বিদ্যা আৰু সমাজ-বিজ্ঞানৰ এখন বিশেষজ্ঞ-পৰ্য্যালোচিত বহু:বৈষয়িক অসমীয়া ৱেব জাৰ্ণাল। উক্ত জাৰ্ণালখনৰ উদ্দেশ্য হৈছে অসমীয়া ভাষাত সাহিত্য, ভাষা-বিজ্ঞান, ইতিহাস, ৰাজনীতি-বিজ্ঞান, অৰ্থবিজ্ঞান, সমাজতত্ত্ব, লিংগ-অধ্যয়ন, দৰ্শন, সংস্কৃতি-অধ্যয়নৰ দৰে বিষয়ৰ পৰা আদি কৰি ভৌতিক-বিজ্ঞান, স্বাস্থ্য-বিজ্ঞান, পুৰাতত্ত্ব, নৃতত্ত্ব, ভূগোল, পাৰিপাৰ্শ্বিক-বিজ্ঞান, পৰিবেশ-অধ্যয়নৰ দৰে বিষয়ত গভীৰ সমালোচনাত্মক আৰু বিদ্যায়তনিক লেখাৰ পৰম্পৰাক সমৰ্থন আৰু উদগনি দিয়া।

‘Kshetra Aru Sanskriti, Axom’ is a Peer-Reviewed Multidisciplinary Assamese Web Journal of Humanities and Social Sciences. The purpose of this journal is to support and encourage the practice of critical and academic writing in Assamese on subjects ranging from literature, linguistics, history, politics, economics, sociology, gender studies, philosophy, cultural studies to physical sciences, health sciences, archaeology, anthropology, geography, ecology, environmental studies and the like.