Submissions

Login or Register to make a submission.

Submission Preparation Checklist

As part of the submission process, authors are required to check off their submission's compliance with all of the following items, and submissions may be returned to authors that do not adhere to these guidelines.
  • The submission has not been previously published, nor is it before another journal for consideration (or an explanation has been provided in Comments to the Editor).
  • The submission file is in OpenOffice, Microsoft Word, or RTF document file format.
  • Where available, URLs for the references have been provided.
  • The text is single-spaced; uses a 12-point font; employs italics, rather than underlining (except with URL addresses); and all illustrations, figures, and tables are placed within the text at the appropriate points, rather than at the end.
  • The text adheres to the stylistic and bibliographic requirements outlined in the Author Guidelines.

Author Guidelines

১। জাৰ্ণালখনত প্ৰকাশৰ বাবে জমা দিয়া প্ৰবন্ধসমূহৰ বিদ্যায়তনিক আৰু সমালোচনাত্মক মানদণ্ড নিশ্চিতকৰণ আৰু নিৰ্ধাৰণৰ এক নিৰ্দিষ্ট প্ৰক্ৰিয়া অৱলম্বন কৰা হব। জমা দিয়া সকলোবোৰ লেখা নিৰ্দিষ্ট গৱেষণাক্ষেত্ৰৰ সুদক্ষ বিশেষজ্ঞৰ দ্বাৰা অনামীৰূপে পৰ্য্যালোচনা কৰা হব।

২। প্ৰবন্ধসমূহ অসমীয়াত ৰচিত আৰু ‘হিন্দ শিলিগুৰি’ ফণ্ট ব্যৱহাৰ কৰি এম-এচ ৱৰ্ড অথবা আৰ-টি-এফ ডকুমেণ্ট ফাইল-ফৰ্মেটত জমা হব লাগিব। সকলো তালিকা, চিত্ৰ, আৰু মানচিত্ৰ মূল পাঠত সেইবোৰৰ উদ্ধৃতি-স্থলিৰ সমীপতে অংকিত হব লাগিব। ছপা অথবা ৱেব উভয়েই বৰ্হি-উৎসৰ পৰা লোৱা যিকোনো তথ্যৰ ব্যৱহাৰৰ ক্ষেত্ৰত প্ৰযোজ্য কপিৰাইটৰ অনুমতি প্ৰাপ্ত কৰাৰ দায়িত্ব লেখকে বহন কৰিব লাগিব।

৩। একোটা প্ৰবন্ধৰ শব্দৰ সীমা (সাৰাংশ আৰু প্ৰ্স্ংগ পুথিৰ তালিকা অন্তৰ্ভূক্ত কৰি) ৫০০০ শব্দ তথা সমালোচনাত্মক মতামত আৰু গ্ৰন্থ-সমীক্ষাৰ বাবে ১৫০০ শব্দৰ সীমা নিৰ্ধাৰণ কৰা হৈছে। প্ৰতিটো প্ৰবন্ধৰ সৈতে ৩০০ শব্দৰ ভিতৰত এটা সাৰাংশ (ইংৰাজী আৰু অসমীয়া উভয়তে) আৰু ৫টা বীজ-শব্দ (ইংৰাজী আৰু অসমীয়া উভয়তে) থাকিব লাগিব।

৪। উদ্ধৃতি আৰু প্ৰসংগৰ বাবে প্ৰবন্ধসমুহত এম-এল-এ শৈলীৰ ব্যৱহাৰ কৰিব লাগিব। উক্ত শৈলীৰ ব্যৱহাৰ নোহোৱা প্ৰবন্ধ স্ংশোধনৰ বাবে লেখকলৈ উভতাই পঠোৱা হব। প্ৰসংগ পুথিৰ তালিকাত উল্লেখিত সকলো প্ৰসংগ মূল পাঠত শুদ্ধকৈ উদ্ধৃত হব লাগিব তথা মূল পাঠৰ সকলো উদ্ধৃতিৰ প্ৰসংগ পুথিৰ তালিকাত উল্লেখ থাকিব লাগিব।

৫। জাৰ্ণালখনত কুম্ভীলক বৃত্তিৰ ক্ষেত্ৰত ইউ-জি-চিৰ শেহতীয়া নিয়মাৱলী মানি চলা হব। বৰ্হি-উৎসৰ সকলোবোৰ উদ্ধৃতিৰ মূল পাঠত স্পষ্ট আৰু উচিতভাৱে প্ৰসংগ দৰ্শোৱাৰ দায়িত্ব লেখকে বহন কৰিব লাগিব।

৬। প্ৰত্যেকটো প্ৰবন্ধৰ বাবে এজন লেখক নিৰ্ধাৰন কৰা হব যাৰ এটা কাৰ্য্যকৰী ই’মেইল-ঠিকনা থাকিব লাগিব। প্ৰবন্ধটোৰ গ্ৰহণ, পৰ্য্যালোচনা আৰু প্ৰকাশ সম্পৰ্কীয় সকলো তথ্য আৰু খা-খবৰ উক্ত ই’মেইল-ঠিকনাটোত প্ৰেৰণ কৰা হব। জমা দিয়াৰে পৰা প্ৰ্কাশ হোৱাৰ সময়লৈ প্ৰবন্ধটোৰ বৰ্তমান পৰ্যায়ৰ বিষয়ে নিয়মীয়া ভাবে খবৰ ৰখাৰ দায়িত্ব নিৰ্ধাৰিত লেখকজনে বহন কৰিব লাগিব। প্ৰণিধানযোগ্য যে জাৰ্ণালখনৰ পৰবৰ্তী সংখ্যাত প্ৰকাশৰ সময়লৈ প্ৰবন্ধটো জমা দিয়াৰ তাৰিখৰ পৰা ৩-৪ মাহ সময় লাগিব।

1. The journal will follow a rigorous process of ascertaining and evaluating the academic and critical standards of the articles submitted for publication. All submissions will go through a standard procedure of anonymous peer-reviewing by competent experts in the area of research.

2. The article must be composed in Assamese and submitted in the MS Word or RTF document file format using the ‘Hind Siliguri’ font. All tables, figures, and illustrations should be placed at appropriate points within the main text close to their points of citation. It is the responsibility of the author(s) to ensure that copyright permission has been acquired for the reproduction of any material taken from external sources (print or web).

3. The prescribed word-limit for research articles is 5000 words (including abstract and references); for critical observations and book reviews, the limit is of 1500 words. An article should be accompanied by an abstract (in both English and Assamese) of not more than 300 words and five keywords (in both English and Assamese).

4. The article should follow the latest MLA style for citations and references. Any article not adhering to the prescribed style-sheet will be returned to the author for revision. All references mentioned in the References list must be cited correctly within the text and vice versa.

5. The journal will follow the latest UGC guidelines with respect to plagiarism. It is the responsibility of the author to ensure that all quotations from external sources have been clearly and appropriately referenced in the text.

6. For every article, there must be a corresponding author with a valid and working email address. All updates on the acceptance, review, and publication of the article will be sent to the corresponding author on the email address submitted by him/her. It is the responsibility of the corresponding author to keep a constant check on the status of publication of the article from the time of its submission. It may be noted in this regard that it may take 3-4 months from the date of submission of the article to its eventual publication in the latest issue of the journal.

Privacy Statement

The names and email addresses entered in this journal site will be used exclusively for the stated purposes of this journal and will not be made available for any other purpose or to any other party.